মৈৰাবাৰী, ২৩ নৱেম্বৰ: সংসাৰ এৰি দুই সন্তানৰ পিতৃৰ সৈতে তিনি সন্তানৰ মাতৃ পলায়ন কৰাৰ অভিযোগক লৈ মৈৰাবাৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ।
অভিযোগ অনুসৰি, চাইফুল ইছলামৰ পত্নী নাজমা খাতুনে দুই সন্তানৰ পিতৃ জহিৰুল ইছলামৰ সৈতে ঘৰৰ পৰা পলায়ন কৰিছে।
ইফালে, পত্নীক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে চাইফুল ইছলাম।
“মই ল'ৰা-ছোৱালীকেইটাক চাম নে খেতি কৰিম?
আনহাতে, এগৰাকী তিনি সন্তানৰ মাতৃ আৰু দুটা সন্তানৰ পিতৃৰ এই ঘটনাৰ পিছত মুঠ পাঁচটা শিশুৰ ভৱিষ্যতক লৈও প্ৰশ্ন উত্থাপন হৈছে।
newznow.in