দেশ

ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২০১৮ চনৰ এটা মানহানিৰ গোচৰত জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ ছাকেত আদালতে।

২ / ৫

নতুন দিল্লী, ২৩ নৱেম্বৰ: ২০১৮ চনৰ এটা মানহানিৰ গোচৰত জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

৩ / ৫

বিকাশ সংস্কৃতায়ন নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক অভিযোগৰ ভিত্তিত এই গোচৰটো ৰুজু কৰা হৈছিল।

৪ / ৫

বৰ্তমান জাৰ্মানীত বসবাস কৰা ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে যোৱা অক্টোবৰ মাহতো আদালতে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

৫ / ৫

অভিযোগকাৰীয়ে আদালতত জনোৱা মতে, ৰাঠী সাধাৰণতে বিদেশত থাকে যদিও এটা প্ৰতিবাদ সম্পৰ্কীয় বিষয়ত তেওঁ কিছুদিন পূৰ্বে ভাৰতত উপস্থিত আছিল।

ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক