ব্যৱসায়-বাণিজ্য

পদত্যাগৰ ১১ দিনৰ পাছত পুনৰ NVIDIAৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত জেনছেন হুৱাং

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

পদত্যাগৰ মাত্ৰ ১১ দিনৰ পাছতে প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়াৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পুনৰ নিযুক্তি লাভ কৰিলে সহ-প্ৰতিষ্ঠাপক জেনছেন হুৱাঙে।

২ / ৫

ছান্টা ক্লাৰা, ২৩ নৱেম্বৰ: বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়াৰ নেতৃত্বলৈ পুনৰ উভতি আহিল প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক জেনছেন হুৱাং।

৩ / ৫

পৰিচালনা পৰিষদে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।

৪ / ৫

যোৱা ১২ নৱেম্বৰত জেনছেন হুৱাঙে এনভিডিয়াৰ সভাপতি, মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা পৰিষদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।

৫ / ৫

হুৱাঙৰ সৈতে বিদেশী চোৰাংচোৱা কাৰ্যকলাপৰ সম্ভাৱ্য সম্পৰ্কক লৈও বিভিন্ন কথা পোহৰলৈ আহিছিল।

পদত্যাগৰ ১১ দিনৰ পাছত পুনৰ NVIDIAৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত জেনছেন হুৱাং

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক