অসম

তিনিচুকীয়াত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত স্থাপন হ'ব আইটিআই ক্লাষ্টাৰ

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

তিনিচুকীয়াত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বিশেষ আইটিআই ক্লাষ্টাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

২ / ৫

ৰাজ্যৰ ঔদ্যোগিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত এটা বিশেষ আইটিআই ক্লাষ্টাৰ স্থাপন কৰা হ'ব।

৩ / ৫

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সদৰী কৰা মতে, ৰাজ্যৰ কাৰিকৰী শিক্ষা ব্যৱস্থাক নতুন মাত্ৰা দিবলৈ চৰকাৰে এই বৃহৎ পৰিকল্পনা হাতত লৈছে।

৪ / ৫

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, টাটা টেকন'লজিছ আৰু বিশ্বৰ ২০টাতকৈ অধিক মূল সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানৰ সহযোগত ২,৩৯০ কোটি টকাৰো অধিক ব্যয়েৰে ৰাজ্যৰ ৭৭টা কাৰিকৰী প্ৰতিষ্ঠানৰ আধুনিকীকৰণ কৰা…

৫ / ৫

ইয়াৰ উপৰিও গ্ৰাম্যাঞ্চলৰ শিক্ষানুষ্ঠানসমূহলৈ কাৰিকৰী শিক্ষা সম্প্ৰসাৰণৰ বাবে টাটা নেলকো আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত ৬০০ কোটি টকাৰ বিদ্যালয় দক্ষতা নেটৱৰ্ক গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

তিনিচুকীয়াত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত স্থাপন হ'ব আইটিআই ক্লাষ্টাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক