দেশ

জেৱাৰ বিমানবন্দৰৰ নাম সলনি কৰি মোদীৰ নামত ৰখাক লৈ কংগ্ৰেছৰ সমালোচনা

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

জেৱাৰ বিমানবন্দৰৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত ৰখাক লৈ কেন্দ্ৰক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ।

২ / ৫

নতুন দিল্লী, ২৪ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে নামকৰণ কৰা বিষয়টোক লৈ মঙলবাৰে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে।

৩ / ৫

কংগ্ৰেছৰ যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ২০২৬ চনৰ ২৮ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়টো উদ্বোধন কৰিছিল।

৪ / ৫

কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে ইমান বৃহৎ বিনিয়োগৰ পাছতো বিমানবন্দৰটোৰ পৰা এতিয়ালৈকে এখনো নিৰ্ধাৰিত আন্তঃৰাষ্ট্ৰীয় বিমানে উৰণ কৰা নাই।

৫ / ৫

জয়ৰাম ৰমেশে প্ৰশ্ন উত্থাপন কৰি কয়, "আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পাছত পৰৱৰ্তী পদক্ষেপ কি হ'ব?" তেওঁ লগতে সোঁৱৰাই দিয়ে যে ১৯৪৯ চনত…

জেৱাৰ বিমানবন্দৰৰ নাম সলনি কৰি মোদীৰ নামত ৰখাক লৈ কংগ্ৰেছৰ সমালোচনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক