শিল্পী জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন ওভতাই দিবলৈ সন্মত হৈছে ক্ৰেতা সোণমইনা দাস।
জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহন ওভতাই দিব ক্ৰেতা সোণমইনা দাসে।
জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ব্যৱহৃত ৰেঞ্জ ৰ’ভাৰ বাহনখন পুনৰ ওভতাই দিবলৈ সন্মত হৈছে ক্ৰেতা সোণমইনা দাস।
জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু পৱিত্ৰ ৰাভা, বংকিম ৰায় মেধি, মানস ভাগৱতী আৰু সৌমিক দত্তই মিৰ্জাত সোণমইনা দাসক সাক্ষাৎ কৰে।
বন্ধুবৰ্গৰ পৰিকল্পনা অনুসৰি, কণ্ঠশিল্পীগৰাকীৰ এই ৰেঞ্জ ৰ’ভাৰ বাহনখন সোণাপুৰৰ কমৰকুছিত নিৰ্মাণ হৈ থকা ‘জুবিন ক্ষেত্ৰ’ত স্থায়ীভাৱে সংৰক্ষণ কৰা হ’ব।
newznow.in