ৰাজনীতি

৬ বছৰৰ পাছত পুনৰ বিজেপি আৰু শিৰোমণি আকালি দলৰ মিত্ৰতা, লক্ষ্য ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচন

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু শিৰোমণি আকালি দলে পুনৰ মিত্ৰজোঁট গঠন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

২ / ৫

নতুন দিল্লী, ২৪ নৱেম্বৰ: প্ৰায় ৬ বছৰৰ বিচ্ছেদৰ অন্ত পেলাই পুনৰ মিত্ৰতা স্থাপন কৰিলে বিজেপি আৰু শিৰোমণি আকালি দলে।

৩ / ৫

ঘোষণা অনুসৰি, পঞ্জাব বিধানসভাৰ মুঠ ১১৭টা সমষ্টিতে দুয়োটা দলে মিত্ৰজোঁট হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

৪ / ৫

বিজেপি আৰু শিৰোমণি আকালি দলৰ মাজত প্ৰথমবাৰৰ বাবে ১৯৯৬ চনত মিত্ৰতা গঢ় লৈ উঠিছিল।

৫ / ৫

কিন্তু ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন বিতৰ্কিত কৃষি আইনক লৈ দেশজোৰা কৃষক আন্দোলন আৰম্ভ হোৱাৰ পাছত আকালি দলে বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰে।

৬ বছৰৰ পাছত পুনৰ বিজেপি আৰু শিৰোমণি আকালি দলৰ মিত্ৰতা, লক্ষ্য ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক