লাচিত দিৱস উপলক্ষে আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ সাহস, বীৰত্ব আৰু ঐতিহাসিক নেতৃত্বক শ্ৰদ্ধাৰে স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লাচিত দিৱস উপলক্ষে মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নিজ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে লাচিত বৰফুকনৰ সাহস আৰু দৃঢ়তাই অসমক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিছিল।
মোগল বাহিনীৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰাৰ প্ৰসংগ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সম্ৰাট ঔৰংজেৱে গুৱাহাটী দখলৰ বাবে সামৰিক শক্তিৰ সৰ্বোচ্চ প্ৰয়োগ কৰিছিল যদিও লাচিত বৰফুকনৰ নেতৃত্বত আহোম…
শৰাইঘাটৰ যুদ্ধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেনাপতিগৰাকীয়ে দেশ আৰু মাতৃভূমিক দিয়া সৰ্বোচ্চ অগ্ৰাধিকাৰে সৈন্যবাহিনীৰ সাধাৰণ সৈনিকসকলৰো মনোবল বৃদ্ধি কৰিছিল, যিটোৱেই আছিল…
newznow.in