ক্ৰীড়া

৫২টা বলত দ্বিশতক বৈভৱৰ! List A-ত দ্ৰুততম শতক-দ্বিশতকৰ অভিলেখ

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

মাত্ৰ ৫২টা বলত দ্বিশতক অৰ্জন কৰি পুৰুষৰ ‘লিষ্ট এ’ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে ১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে।

২ / ৫

মঙলবাৰে কাটাৰৰ ডোহাত অনুষ্ঠিত ACC Rising Stars Asia Cupত UAEৰ বিৰুদ্ধে India Aৰ হৈ এই ঐতিহাসিক ইনিংছ খেলে বৈভৱে।

৩ / ৫

বৈভৱৰ এই বিস্ফোৰক ইনিংছত আছিল ২৭টা ছয়।

৪ / ৫

ইয়াৰ পূৰ্বে List A ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ জেক ফ্ৰেজাৰ-মেকগাৰ্কৰ নামত।

৫ / ৫

মাত্ৰ ১৫ বছৰ বয়সতে এনে বিস্ফোৰক ইনিংছ খেলি বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় ক্ৰিকেটৰ লগতে বিশ্ব ক্ৰিকেটতো বিশেষ চৰ্চা লাভ কৰিছে।

৫২টা বলত দ্বিশতক বৈভৱৰ! List A-ত দ্ৰুততম শতক-দ্বিশতকৰ অভিলেখ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক