জেফ্ৰি এপষ্টিনৰ সৈতে হোৱা ই-মেইলৰ আদান-প্ৰদান আৰু সাক্ষাৎক লৈ বিতৰ্কৰ মাজতে ভাৰতীয় জনতা পাৰ্টিয়ে হৰদীপ সিং পুৰীক মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী কৰিছে।
নতুন দিল্লী, ২৮ অক্টোবৰঃ আমেৰিকাৰ বিতৰ্কিত বিত্তীয় ব্যক্তি জেফ্ৰি এপষ্টিনৰ সৈতে হোৱা ই-মেইলৰ আদান-প্ৰদান আৰু সাক্ষাৎক লৈ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক মধ্যপ্ৰদেশৰ…
আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা এপষ্টিন-সম্পৰ্কীয় নথিপত্ৰত ২০১৪–১৫ চনত হৰদীপ সিং পুৰী আৰু জেফ্ৰি এপষ্টিনৰ মাজত হোৱা ই-মেইলৰ উল্লেখ আছে।
পুৰীয়ে এপষ্টিনক তিনিবাৰ বা চাৰিবাৰ সাক্ষাৎ কৰাৰ কথা স্বীকাৰ কৰিছে।
এই বিষয়টোক লৈ বিৰোধী দলৰ নেতাসকলে পুৰীৰ পৰা ব্যাখ্যা বিচৰাৰ লগতে তেওঁৰ পদত্যাগৰ দাবীও উত্থাপন কৰিছিল।
newznow.in