অসম

মাৰ্ঘেৰিটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় লাচিত দিৱস

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

মাৰ্ঘেৰিটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় লাচিত দিৱস

২ / ৫

বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত তথা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত আজিৰে পৰা দুদিনীয়া…

৩ / ৫

উদযাপন সমিতিৰ উৎপল কোঁৱৰে পতাকা উত্তোলন, জ্যেষ্ঠ নাগৰিক নৰেশ্বৰ হাজৰিকাই শ্বহীদ তৰ্পণ, সাধাৰণ সম্পাদক চিৰঞ্জীত গগৈয়ে তোৰণ মুকলি আৰু তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাণা জ্যোতি…

৪ / ৫

ইয়াৰ পিছতে ৰাণা জ্যোতি নেওগে এটি তেজশ্ৰী কবিতা আবৃত্তিয়ে মূল মঞ্চ মুকলি কৰা এই অনুষ্ঠানত বীৰ লাচিত সেনা, অসমৰ সভাপতি ৰণ্টু পানী ফুকন আৰু মুখ্য সচিব শৃংখল চলিহা, বিকাশ অসমৰ লগতে বহু সংখ্যক…

৫ / ৫

আনহাতে, আজিৰ মনোমোহা সাংস্কৃতিক নিশাত বিপিন চাউদাঙে গীতৰ শৰাই আগবঢ়োৱাৰ বিপৰীতে কাইলৈ সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোঁহায়ে গীত পৰিৱেশন কৰিব।

মাৰ্ঘেৰিটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় লাচিত দিৱস

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক