দেশ

বছৰি ১,৫০০ ড্ৰোন আৰু ৩০০ বাংকাৰ: ৰঙিয়াত আৰম্ভ হ'ল প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ প্ৰকল্প

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

কামৰূপ জিলাৰ ৰঙিয়াৰ তুলসীবাৰীত ১৫ একৰ ভূমিত স্পীড৪ ডিফেন্সে স্থাপন কৰিব সংহত প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ।

২ / ৫

অসমৰ প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি কামৰূপ জিলাৰ ৰঙিয়াৰ তুলসীবাৰীত আৰম্ভ হৈছে ৰাজ্যখনৰ প্ৰথমটো প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ প্ৰকল্প।

৩ / ৫

এই উদ্যোগৰ মূল ভিত্তি হৈছে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘অসম এৰোস্পেচ এণ্ড ডিফেঞ্চ মেনুফেকচাৰিং পলিচি ২০২৫’।

৪ / ৫

ৰঙিয়াৰ এই প্ৰকল্পটো অসমৰ বৃহত্তৰ প্ৰতিৰক্ষা উদ্যোগ পৰিকল্পনাৰ অংশ।

৫ / ৫

এতিয়া মূল প্ৰত্যাহ্বান হ’ব নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰঙিয়াৰ কাৰখানাটোত বাণিজ্যিক উৎপাদন আৰম্ভ কৰা আৰু ভাৰতীয় সেনাবাহিনীৰ ক্ৰয় চুক্তি লাভ কৰা।

বছৰি ১,৫০০ ড্ৰোন আৰু ৩০০ বাংকাৰ: ৰঙিয়াত আৰম্ভ হ'ল প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ প্ৰকল্প

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক