অসম

কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ হ’ব ঘনকান্ত গগৈ? নিশাই শিৱসাগৰলৈ নিয়াৰ সম্ভাৱনা

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

হোটেল বিলাস ইন হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক CJM আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

২ / ৫

৩ নৱেম্বৰ: গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈক আজি CJM আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

৩ / ৫

জানিব পৰা মতে, ডিমৌ আৰক্ষী থানাত ২০২৪ চনত পঞ্জীয়ন হোৱা এটা গোচৰৰ সৈতে ঘনকান্তৰ নাম জড়িত হৈ আছে।

৪ / ৫

আনহাতে, শিৱসাগৰৰ জিণ্টু চেতিয়াই ঘনকান্তৰ বিৰুদ্ধে দুখন Excavator ভাড়াত লৈ অনুমতি অবিহনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

৫ / ৫

সাতদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল।

কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ হ’ব ঘনকান্ত গগৈ? নিশাই শিৱসাগৰলৈ নিয়াৰ সম্ভাৱনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক