অসম

অসম বিধানসভা নিৰ্বাচন: ডুমডুমা আৰু বৰপেটাত সৰ্বাধিক NOTA ভোট, হাজো-শুৱালকুছিত ব্যৱধানতকৈ বেছি

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ১২৪ টা সমষ্টিত ২.৬৪ লাখৰো অধিক ভোট নোটাত পৰে।

২ / ৫

ফৰ্ম ২০ আৰু নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পৰীক্ষা কৰা ১২৪টা সমষ্টিত নোটাত পৰিছে মুঠ ২,৬৪,৩৮৮টা ভোট, যি মুঠ ভোটৰ ১.২৪ শতাংশ।

৩ / ৫

ডুমডুমা সমষ্টিত মুঠ ১,২১,৫০০ টা ভোটৰ ভিতৰত ৪,৮৬৪ টা পৰিছে নোটাত — অৰ্থাৎ প্ৰতি ২৫ টা ভোটৰ ১ টা।

৪ / ৫

দুয়োটা সমষ্টিতে জয়ৰ ব্যৱধান ডাঙৰ।

৫ / ৫

হাজো-শুৱালকুছি সমষ্টিৰ ছবি সম্পূৰ্ণ বেলেগ।

অসম বিধানসভা নিৰ্বাচন: ডুমডুমা আৰু বৰপেটাত সৰ্বাধিক NOTA ভোট, হাজো-শুৱালকুছিত ব্যৱধানতকৈ বেছি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক