অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আলফা (স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাক প্ৰশংসা কৰি মন্তব্য কৰিছে।
গুৱাহাটী, ২৮ অক্টোবৰঃ “পৰেশ বৰুৱা কাৰ কাৰণে যুঁজিছে?
পৰেশ বৰুৱাৰ সংগ্ৰাম আৰু ত্যাগৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰেশ বৰুৱাই অসমৰ সুৰক্ষাৰ কথাই কৈ আহিছে।
দৈমাৰীয়ে লগতে মন্তব্য কৰে যে বিগত ৫০ বছৰত অসমত কোনো শক্তিয়ে যদি নিজৰ প্ৰভাৱ বজাই ৰাখিব পাৰিছে, তেন্তে সেয়া আছিল এই শক্তি।
মন্ত্ৰীগৰাকীৰ এই মন্তব্যই আলফা (স্বা) আৰু পৰেশ বৰুৱাৰ ভূমিকা সন্দৰ্ভত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
newznow.in