ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তলত ERD প্ৰযুক্তিৰে তেল-গেছ অন্বেষণৰ প্ৰস্তাৱক লৈ OIL-ৰ আবেদনৰ ভিত্তিত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয় আৰু অসম চৰকাৰৰ পৰা…
৩ নৱেম্বৰ: ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তলত Extended Reach Drilling (ERD) প্ৰযুক্তিৰে হাইড্ৰ’কাৰ্বন অন্বেষণৰ প্ৰস্তাৱক লৈ Oil India Limited (OIL)-এ দাখিল কৰা আবেদনৰ ভিত্তিত কেন্দ্ৰীয়…
OIL-এ ৰাষ্ট্ৰীয় উদ্যানখনৰ তলত হাইড্ৰ’কাৰ্বন অন্বেষণৰ প্ৰস্তাৱ নাকচ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছে।
উল্লেখ্য যে, OIL-ৰ প্ৰস্তাৱৰ বাবে তিনিচুকীয়া জিলাত ০.০৬৯ হেক্টৰ বনভূমি অন্য কামত ব্যৱহাৰৰ অনুমতি বিচৰা হৈছিল।
কোম্পানীটোৰ যুক্তি অনুসৰি, ERD প্ৰযুক্তিৰে উদ্যানখনৰ বাহিৰত স্থাপন কৰা মঞ্চৰ পৰা মাটিৰ তলত অনুভূমিকভাৱে খনন কৰি তেল-গেছৰ ভাণ্ডাৰলৈ যাব পৰা যায়।
newznow.in