কলম্বো ছিকিউৰিটি কনক্লেভৰ অষ্টম বৈঠকত ভাৰত মহাসাগৰৰ নিৰাপত্তা আৰু উমৈহতীয়া স্বাৰ্থ ৰক্ষাৰ আহ্বান ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ।
ভাৰত মহাসাগৰীয় অঞ্চলত সৃষ্টি হোৱা নতুন নিৰাপত্তা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সদস্য দেশসমূহৰ মাজত যৌথ সক্ষমতা বৃদ্ধি কৰাৰ আহ্বান জনাইছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে।
মালদ্বীপৰ উদ্যোগত ২৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ মালেত কলম্বো ছিকিউৰিটি কনক্লেভৰ অষ্টম ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
বৈঠকৰ সময়তে ডোভালে মালদ্বীপৰ প্ৰতিৰক্ষা তথা ৰাষ্ট্ৰীয় সেৱা মন্ত্ৰী হাছান ৰছিদকো সাক্ষাৎ কৰে।
বৈঠকত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয়:
newznow.in