অনুসন্ধান

ৰাজ্য চৰকাৰৰ ১০,৯০৪ কোটি টকাৰ বিনিয়োগ: উভতি আহিল মাত্ৰ ১৫ কোটি টকা, কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

অসমৰ ৩১টা চৰকাৰী কোম্পানী আৰু নিগমত বিনিয়োগ কৰা হৈছে ১০,৯০৩.৯৫ কোটি টকা।

২ / ৫

অসমে ৩১টা চৰকাৰী কোম্পানী আৰু নিগমত ৰাজহুৱা ধনৰ ১০,৯০৩.৯৫ কোটি টকা বিনিয়োগ কৰিছে।

৩ / ৫

অসম পাৱাৰ জেনেৰেচন কৰ্প’ৰেচন লিমিটেডে (APGCL) চৰকাৰক ১৫ কোটি টকা ঘূৰাই দিছে।

৪ / ৫

ইফালে, অসম চৰকাৰে গড়ে ৬.৭৬% সুদৰ হাৰত ঋণ লয়।

৫ / ৫

সহজ ভাষাত ক’বলৈ গ’লে, এই বিনিয়োগৰ বাবদ চৰকাৰে যিমান ধন ব্যয় কৰে, প্ৰতি ১০০ টকাৰ বিপৰীতে ঘূৰাই পায় মাত্ৰ ১৪ পইচা।

ৰাজ্য চৰকাৰৰ ১০,৯০৪ কোটি টকাৰ বিনিয়োগ: উভতি আহিল মাত্ৰ ১৫ কোটি টকা, কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক