আন্তঃৰাষ্ট্ৰীয়

প্ৰতিদিনে ৭২০ সৈন্যৰ মৃত্যু: ফাদিল হোৱা ১.১ কোটি ৰাছিয়ান মৃত্যুৰ প্ৰমাণপত্ৰই উন্মোচন কৰিলে মস্কোৰ গোপন যুদ্ধ—আৰু ভাৰতৰ ৭৭ সন্ধানহীন যুৱকৰ কৰুণ প্ৰশ্ন

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

চাইবাৰ পাৰ্টিজানছ আৰু চাইলেন্ত ক্ৰ’ নামৰ হেকাৰ গোটে ফাদিল কৰা ১.১ কোটিৰো অধিক ৰাছিয়ান মৃত্যুৰ প্ৰমাণপত্ৰত ইউক্ৰেইনত ৪ লাখৰো অধিক ৰাছিয়ান যোদ্ধাৰ মৃত্যু, ১,০৮৭ সামৰিক আত্মহত্যা আৰু মালিত ৩৪৯ সৈন্য…

২ / ৫

২০২৩ চনৰ আগষ্ট মাহত ৰাছিয়াৰ হৈ যুদ্ধ কৰিবলৈ সেনাত যোগ দিছিল আলেকজেণ্ডাৰ ক’ৰেপান’ভে।

৩ / ৫

কিন্তু তেওঁ অকলে মৰা নাছিল।

৪ / ৫

প্ৰায় পাঁচ বছৰ ধৰি ক্ৰেমলিনে যুদ্ধক্ষেত্ৰত প্ৰকৃততে কিমান সৈন্য নিহত হৈছে, সেই তথ্যক ৰাষ্ট্ৰীয় গোপনীয়তা হিচাপে লুকুৱাই ৰাখিছিল।

৫ / ৫

যোৱা ৯ নৱেম্বৰ আৰু ২৩ নৱেম্বৰত প্ৰকাশিত ধাৰাবাহিক প্ৰতিবেদনত দ্য গাৰ্ডিয়ানে উল্লেখ কৰিছে যে ইউক্ৰেইন যুদ্ধত ৪ লাখৰো অধিক ৰাছিয়ান নাগৰিকৰ মৃত্যু হৈছে।

প্ৰতিদিনে ৭২০ সৈন্যৰ মৃত্যু: ফাদিল হোৱা ১.১ কোটি ৰাছিয়ান মৃত্যুৰ প্ৰমাণপত্ৰই উন্মোচন কৰিলে মস্কোৰ গোপন যুদ্ধ—আৰু ভাৰতৰ...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক