অসম

জুলাই মাহৰ বানক লৈ তদন্তৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৫

জুলাই ২০২৬ত শিৱসাগৰ আৰু চৰাইদেউত হোৱা বানৰ কাৰণ অনুসন্ধানৰ বাবে CBI তদন্তৰ পৰামৰ্শ আগবঢ়াবলৈ অনুমোদন দিছে অসম কেবিনেটে।

২ / ৫

গুৱাহাটী, ৪ নৱেম্বৰঃ উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত ২০২৬ চনৰ জুলাই মাহত হোৱা বানৰ কাৰণ অনুসন্ধানৰ বাবে CBI তদন্তৰ পৰামৰ্শ আগবঢ়াব অসম চৰকাৰে।

৩ / ৫

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, বানৰ কাৰণ আৰু ইয়াৰ আঁৰৰ পৰিস্থিতি তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ৰ তদন্তৰ পৰামৰ্শ আগবঢ়োৱা হ’ব।

৪ / ৫

শিৱসাগৰ আৰু চৰাইদেউ জিলাত জুলাই মাহত হোৱা বানপানীয়ে উজনি অসমৰ বান সমস্যাক পুনৰ চৰ্চালৈ আনিছিল।

৫ / ৫

একেখন বৈঠকতে অসম চৰকাৰৰ কৰ্মচাৰীৰ সেৱা বিধি সংশোধনৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়।

জুলাই মাহৰ বানক লৈ তদন্তৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক