তেল আভিভৰ গোপন ছাদত ২৪ গৰাকী ইজৰাইলী সৈন্য আৰু চোৰাংচোৱা বিষয়াৰ সাক্ষাৎকাৰ লৈ দ্য গাৰ্ডিয়ানে নিৰ্মাণ কৰা তথ্যচিত্ৰ নাজা (NAZA)-ই গাজাত কৃত্ৰিম বুদ্ধিমত্তা (AI) চালিত লক্ষ্য নিৰ্ধাৰণ ব্যৱস্থাৰ…
তেল আভিভৰ নিৰ্জন ঘৰৰ ছাদত নিশাৰ আন্ধাৰত গোপন কেমেৰাৰ সমুখত বহি ২৪ গৰাকী ইজৰাইলী সৈন্য আৰু সামৰিক চোৰাংচোৱা বিষয়াই গাজা যুদ্ধত নিজৰ অভিজ্ঞতা আৰু প্ৰত্যক্ষদৰ্শী বিৱৰণ দাঙি ধৰিছিল।
সেই গোপন সাক্ষাৎকাৰসমূহৰ ফচল হৈছে নাজা (NAZA)—যিখন অনুসন্ধানমূলক তথ্যচিত্ৰ প্ৰযোজনা কৰিছে দ্য গাৰ্ডিয়ানে আৰু পৰিচালনা কৰিছে ইজৰাইলী চলচ্চিত্ৰ নিৰ্মাতা য়ুভাল আব্ৰাহাম আৰু ৰাচেল ছ’ৰে।
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা লাভ কৰা নাজা-ই ৰাজনৈতিক তথ্যচিত্ৰৰ সকলো পূৰ্বৰ অভিলেখ অতিক্ৰম কৰিছে।
কেমেৰাৰ সমুখত উত্থাপিত বিস্ফোৰক দাবীসমূহ সত্যাসত্য নিৰূপণ কৰিবলৈ নিৰ্মাতা দলটোৱে মুঠ ১০০-ৰো অধিক সূত্ৰৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু গাজা অভিযানত নিৰীক্ষণ নেটৱৰ্ক তথা দূৰৱৰ্তী…
newznow.in