আন্তঃৰাষ্ট্ৰীয়

ট্ৰাম্পৰ দলৰ নিৰ্বাচনী বিপৰ্যয়ক লৈ ইৰানৰ প্ৰতিক্ৰিয়া, ‘যুদ্ধক নাকচ কৰিছে আমেৰিকাৰ জনতাই’

NewzNow · ৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ গালিবাফে মাৰ্কিন মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকানৰ পিছ পৰাৰ খবৰক যুদ্ধবিৰোধী জনমত বুলি ক'লে।

২ / ৫

৪ নৱেম্বৰ: আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ৰিপাব্লিকান দলৰ শোচনীয় প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰানে।

৩ / ৫

গালিবাফে কয় যে আমেৰিকাৰ চৰকাৰে নিজৰ নাগৰিকৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা উচিত নহয়।

৪ / ৫

ইফালে, নিৰ্বাচনী ফলাফলক লৈ ইৰানে সামাজিক মাধ্যমতো ব্যংগাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৫ / ৫

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা যুদ্ধই দেশখনৰ ৰাজনীতি আৰু অৰ্থনীতিত প্ৰভাৱ পেলাইছে।

ট্ৰাম্পৰ দলৰ নিৰ্বাচনী বিপৰ্যয়ক লৈ ইৰানৰ প্ৰতিক্ৰিয়া, ‘যুদ্ধক নাকচ কৰিছে আমেৰিকাৰ জনতাই’

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক