নিৰ্বাচনৰ ফলাফলত কোনে জিকিল, কোনে হাৰিল—সেই হিচাপেই সাধাৰণতে ৰাজনৈতিক বিশ্লেষণ সীমাবদ্ধ থাকে।
গুৱাহাটী: নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত সাধাৰণতে চৰ্চা হয় কোনে জয়লাভ কৰিলে, কোনে পৰাজয় স্বীকাৰ কৰিলে, কোন দলৰ ভোট বৃদ্ধি পালে আৰু কোন দলৰ জনসমৰ্থন হ্ৰাস পালে।
কিন্তু বেলটত থকা আন এটা সংখ্যাৰ প্ৰতিও আমাৰ দৃষ্টি কিমান পৰে?
অৰ্থাৎ, ভোটাৰে বেলটত থকা কোনো প্ৰাৰ্থীকে নিজৰ পছন্দ হিচাপে গ্ৰহণ নকৰা।
NewzNow-ৰ নিৰ্বাচনী তথ্য বিশ্লেষণত অসমৰ ১৭৭টা ভোটকেন্দ্ৰত NOTA-ৰ হাৰ ৫ শতাংশ বা তাতকৈ অধিক পোৱা গৈছে।
newznow.in