প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত তিনিজনৰ জামিন আবেদনৰ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ৭ ডিচেম্বৰলৈ স্থগিত ৰাখে।
গুৱাহাটী, ২৬ নৱেম্বৰ: প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পীগৰাকীৰ দুগৰাকী প্ৰাক্তন ব্যক্তিগত সুৰক্ষা বিষয়াৰ জামিন আবেদনৰ শুনানি…
শেখৰজ্যোতি গোস্বামী, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি পূৰ্বতে ২৬ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছত এই সমগ্ৰ ঘটনাৰ আইনী প্ৰক্ৰিয়া অব্যাহত আছে।
আনহাতে, এই গোচৰৰে আন দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন সম্পৰ্কীয় প্ৰক্ৰিয়া বৰ্তমান সৰ্বোচ্চ ন্যায়ালয়ত চলি থকাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই শুনানি স্থগিত…
newznow.in