আন্তঃৰাষ্ট্ৰীয়

স্পেইনত দুখন দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষ, নিহতৰ সংখ্যা ৪৬লৈ বৃদ্ধি

NewzNow · ২৮ অক্টোবৰ ২০২৬

১ / ৫

স্পেইনৰ ট’লেডো প্ৰদেশত দুখন দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষত নিহতৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি পোৱা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

২ / ৫

মাদ্ৰিদ, ২৮ অক্টোবৰঃ স্পেইনৰ ট’লেডো প্ৰদেশত দুখন দ্ৰুতবেগী ৰে’লৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহতৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি পোৱা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

৩ / ৫

বুধবাৰে পুৱা প্ৰায় ৯ বজাত মাদ্ৰিদৰ পৰা দক্ষিণ স্পেইনৰ ছেভিললৈ যোৱা দ্ৰুতবেগী ৰে’লপথত এই দুৰ্ঘটনা সংঘটিত হয়।

৪ / ৫

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, এখন ৰে’লে আন এখন ৰে’লৰ পিছফালে খুন্দা মৰাৰ ফলত কেইবাটাও দবা ৰে’লপথৰ পৰা ওলাই যায়।

৫ / ৫

প্ৰতিবেদন অনুসৰি, Iryo-ৰ ৰে’লখনত ১৪৭জন যাত্ৰী আৰু Renfe-ৰ ৰে’লখনত ৩৯৭জন যাত্ৰী আছিল।

স্পেইনত দুখন দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষ, নিহতৰ সংখ্যা ৪৬লৈ বৃদ্ধি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক