QS Asia University Rankings 2027ত ভাৰতৰ ৩২৫খন প্ৰতিষ্ঠানে স্থান লাভ কৰিছে।
নতুন তালিকা অনুসৰি, IIT Delhi এছিয়াৰ ৬৬সংখ্যক স্থানত আছে।
আনহাতে, IIT Guwahati-য়ে এছিয়াৰ তালিকাত ১২০সংখ্যক স্থান লাভ কৰিছে।
এইবাৰৰ তালিকাত ভাৰতৰ মুঠ ৩২৫খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে।
আনহাতে, এছিয়াৰ শীৰ্ষস্থানত আছে University of Hong Kong।
newznow.in