অসম

বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ নাৰী কেলেংকাৰীৰ অভিযোগ লৈ মহিলা আয়োগত প্ৰদেশ কংগ্ৰেছ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাজ্যিক মহিলা আয়োগলৈ কংগ্ৰেছৰ সঁজাতি দল।

২ / ৫

‘মহিলা আয়োগ এতিয়া মহিলা আয়োগ হৈ থকা নাই’।

৩ / ৫

বিধানসভাৰ উপাধ্যক্ষ তথা কাৰ্বি আংলঙৰ বিধায়ক ডাঃ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগৰ সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ কাষ চাপিছে অসম প্ৰদেশ কংগ্ৰেছ।

৪ / ৫

কংগ্ৰেছৰ দলটোৱে অভিযোগ কৰা অনুসৰি, দিনৰ প্ৰায় ১১ বজাত আয়োগৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতো প্ৰায় ১১:৩০ বজালৈকে কাৰ্যালয়ৰ কোঠাসমূহ খোলা নাছিল।

৫ / ৫

মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই ফোনযোগে বিহাৰত থকাৰ কথা জানিবলৈ দিয়া বুলি উল্লেখ কৰি মীৰা বৰঠাকুৰে ক্ষোভ প্ৰকাশ কৰে।

বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ নাৰী কেলেংকাৰীৰ অভিযোগ লৈ মহিলা আয়োগত প্ৰদেশ কংগ্ৰেছ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক