ৰাজনীতি

পশ্চিমবংগ বিধানসভাত বিৰোধী দলপতি আৰু মুখ্য সচেতকৰ নিযুক্তি বাতিল কলকাতা উচ্চ ন্যায়ালয়ৰ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

পশ্চিমবংগ বিধানসভাত তৃণমূলৰ ঋতব্ৰত বেনাৰ্জী আৰু অখৰুজ্জামানৰ নিযুক্তি বাতিল কৰি ১০ দিনৰ ভিতৰত পুনৰ বিবেচনাৰ নিৰ্দেশ আদালতৰ।

২ / ৫

কলকাতা, ২৭ নৱেম্বৰ: পশ্চিমবংগ বিধানসভাত তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী শিবিৰৰ নেতা ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলপতি হিচাপে কৰা নিযুক্তি বাতিল কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে।

৩ / ৫

চলিত বৰ্ষৰ মে' মাহত পশ্চিমবংগত বিজেপি ক্ষমতালৈ অহাৰ পাছত বিধানসভাত তৃণমূল কংগ্ৰেছে বিৰোধী দলৰ স্থান লাভ কৰিছিল।

৪ / ৫

নিযুক্তিৰ সময়ত ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন বিদ্ৰোহী গোটে তৃণমূল কংগ্ৰেছৰ মুঠ ৮০ গৰাকী বিধায়কৰ ভিতৰত ৫৮ গৰাকী বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰিছিল।

৫ / ৫

ইয়াৰ পূৰ্বে ১৮ জুনত ন্যায়াধীশ কৃষ্ণ ৰাৱে অধ্যক্ষৰ সিদ্ধান্তত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছিল।

পশ্চিমবংগ বিধানসভাত বিৰোধী দলপতি আৰু মুখ্য সচেতকৰ নিযুক্তি বাতিল কলকাতা উচ্চ ন্যায়ালয়ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক