ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণত পাছত অসমৰ লোকসভাৰ আসন বৃদ্ধি পাব ২১ খনলৈ ! দেশৰ অন্য কোনো ৰাজ্যৰ কিমান হ'ব এখন ?

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ প্ৰস্তাৱ কাৰ্যকৰী হ’লে অসমৰ লোকসভাৰ আসন বৰ্তমানৰ ১৪খনৰ পৰা ২১খনলৈ বৃদ্ধি পাব পাৰে।

২ / ৫

গুৱাহাটী, ২৭ নৱেম্বৰঃ দেশৰ ৰাজনীতিত সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ নতুন চৰ্চাৰ সৃষ্টি হৈছে।

৩ / ৫

সম্ভাৱ্য হিচাপ অনুসৰি, দেশৰ লোকসভাৰ মুঠ আসন ৫৪৩খনৰ পৰা ৮৫০খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।

৪ / ৫

প্ৰতিবেদনত প্ৰকাশিত সম্ভাৱ্য হিচাপ অনুসৰি—

৫ / ৫

অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে লোকসভাৰ আসন বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখুওৱা হৈছে।

সমষ্টি পুনৰ্নিৰ্ধাৰণত পাছত অসমৰ লোকসভাৰ আসন বৃদ্ধি পাব ২১ খনলৈ ! দেশৰ অন্য কোনো ৰাজ্যৰ কিমান হ'ব এখন ?

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক