শৰীৰত সংৰোপণ কৰা চিকিৎসা সঁজুলি বিকল হৈ ৰোগীৰ প্ৰাণলৈ ভাবুকি অহা কমেও ১২ হাজাৰ ঘটনা চৰকাৰী হিচাপৰ পৰাই উধাও হৈ থাকিল—সেয়াও আকৌ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ (FDA) নাকৰ তলতেই।
গুৱাহাটী, মুম্বাই বা বেংগালুৰুৰ কোনো ডাঙৰ চিকিৎসালয়ত যেতিয়া হৃদযন্ত্ৰত ষ্টেণ্ট লগোৱা, পেচমেকাৰ বহুওৱা বা আঁঠু সলনি কৰা অস্ত্ৰোপচাৰৰ কথা ওলায়, তেতিয়া ৰোগীৰ পৰিয়ালে সাধাৰণতে এটা কথা…
কিন্তু সেই নিৰাপত্তাৰ ভৰসাত এতিয়া গভীৰ ফাট মেলিছে।
কিন্তু সাত বছৰৰ পাছত ICIJ-এ দাঙি ধৰা শেহতীয়া গৱেষণাই দেখুৱাইছে যে চিত্ৰখন সলনি হোৱা নাই—বৰং ব্যৱস্থাটোৰ ফাঁক আৰু বহলহে হৈছে:
ICIJ-ৰ এই তথ্য এনে এটা সময়ত ওলাইছে, যেতিয়া ভাৰতত বিদেশী চিকিৎসা সঁজুলিৰ বজাৰখন পূৰ্বতকৈও দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে।
newznow.in