অসম

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি কাইলৈ দিল্লীত, এবছৰজোৰা আয়োজনত কি কি কৰিলে চৰকাৰে?

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা উদযাপনৰ সামৰণি কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত।

২ / ৫

ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীলৈ।

৩ / ৫

কিছুমান মানুহৰ জন্মদিন উদযাপন কৰা হয়।

৪ / ৫

তেওঁৰ গীতত আছিল অসমৰ মাটি, মানুহ, নদী, শ্ৰমজীৱী সমাজৰ বেদনা আৰু মানৱতাৰ কথা।

৫ / ৫

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল ড০ ভূপেন হাজৰিকাই।

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি কাইলৈ দিল্লীত, এবছৰজোৰা আয়োজনত কি কি কৰিলে চৰকাৰে?

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক