ধেমাজি জিলাৰ জোনাইত বন বিভাগৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় ৭ কিলোগ্ৰাম দুষ্প্ৰাপ্য চেং মাছ।
ধেমাজি: ধেমাজি জিলাৰ জোনাইত বন বিভাগে এক অভিযান চলাই প্ৰায় ৭ কিলোগ্ৰাম দুষ্প্ৰাপ্য চেং মাছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে, জোনাই অঞ্চলৰ একাংশ মাছমৰীয়াই অবৈধভাৱে চেং মাছ চিকাৰ কৰি আছিল।
উল্লেখযোগ্য যে চেং মাছ এবিধ দুষ্প্ৰাপ্য মাছ হিচাপে পৰিচিত।
অৱশ্যে এই অবৈধ মাছ চিকাৰৰ সৈতে কিমানজন লোক জড়িত আছিল, তেওঁলোকক আটক কৰা হৈছে নে নাই আৰু অভিযুক্তসকলৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই সন্দৰ্ভত এতিয়ালৈকে বন বিভাগৰ ফালৰ পৰা…
newznow.in