অনুসন্ধান

AI-ত গোপন তথ্য দিছে নেকি? ‘ডেটা নাথাকে’ বুলি প্ৰতিশ্ৰুতি দি ধৰা পৰিল চীনা AI MiniMax— ওলাল ব্যক্তিগত লিংক

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

‘ডেটা সংৰক্ষণ নহয়’ (Zero Data Retention) বুলি ভৰসা দি এআই ব্যৱহাৰকাৰীৰ গোপন তথ্য চোৰাংচোৱাগিৰি কৰাৰ এক চাঞ্চল্যকৰ ঘটনা ধৰা পেলাইছে আমেৰিকাৰ চাইবাৰ সুৰক্ষা সংস্থা ‘ড্ৰেগছ’ (Dragos)-এ।

২ / ৫

আজিকালি চফটৱেৰ ডেভেলপাৰ, সাংবাদিক, অধিবক্তা বা ব্যৱসায়ীয়ে নিজৰ গুৰুত্বপূৰ্ণ কামত এআই (AI) ব্যৱহাৰ কৰাটো তেনেই সাধাৰণ কথা।

৩ / ৫

কিন্তু সেই ভৰসা কিমান মিছা হ’ব পাৰে, তাৰেই এক চাঞ্চল্যকৰ প্ৰমাণ পোহৰলৈ আহিছে পাঁচ মাহ ধৰি চলোৱা এক ডিজিটেল ফান্দত।

৪ / ৫

২০২৬ চনৰ জুলাইৰ পৰা নৱেম্বৰ মাহলৈকে ড্ৰেগছৰ গৱেষকসকলে বিভিন্ন এআই সেৱাৰ ওপৰত এক গোপন পৰীক্ষা চলাইছিল।

৫ / ৫

ফলাফল দেখি চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলৰ চকু কপালত উঠিল:

AI-ত গোপন তথ্য দিছে নেকি? ‘ডেটা নাথাকে’ বুলি প্ৰতিশ্ৰুতি দি ধৰা পৰিল চীনা AI MiniMax— ওলাল ব্যক্তিগত লিংক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক