মহাৰাষ্ট্ৰৰ ছাটাৰা জিলাত Adani Green Energy-ৰ ১,৫০০ মেগাৱাট ক্ষমতাৰ তাৰালি জলবিদ্যুৎ প্ৰকল্পৰ ব্যয় এখন শপতনামাৰ জৰিয়তে কাগজে-কলমে ৯৯ শতাংশ—অৰ্থাৎ ৫,৬৭৫ কোটি টকাৰ পৰা মাত্ৰ ৫৬.৭৫ কোটি টকালৈ হ্ৰাস…
৫,৬৭৫ কোটি টকাৰ এটা বিশাল জলবিদ্যুৎ প্ৰকল্পৰ খৰচ এখন মাত্ৰ শপতনামাতেই কাগজে-কলমে ৯৯ শতাংশ কমি মাত্ৰ ৫৬.৭৫ কোটি টকা কেনেকৈ হ’ব পাৰে?
দশমিকৰ এই অদ্ভুত অংকটোৱেই এতিয়া জোকাৰি তুলিছে মহাৰাষ্ট্ৰৰ বন বিভাগ আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰ্যালয়ক।
তাৰালি বান্ধৰ জলাশয়ত নিভাডে, তণ্ডোশী, কলম্বে আৰু জালু—এই চাৰিখন গাঁৱৰ মুঠ ১৫০.৭৪ হেক্টৰ অবনভূমিত প্ৰস্তাৱিত এই প্ৰকল্পটোৱে ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ পৰা এক গুৰুত্বপূৰ্ণ পৰিৱেশগত চৰ্ত…
ভাৰতৰ পৰিৱেশ আৰু বন্যপ্ৰাণী অনুমোদন আইনত বৃহৎ প্ৰকল্পৰ মুঠ ব্যয়ৰ শতাংশ অনুসৰি সংৰক্ষণ পুঁজি নিৰ্ধাৰণ কৰা হয়, যাতে উন্নয়নৰ সমান্তৰালকৈ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষাও নিশ্চিত হয়।
newznow.in