দেশ

তিৰুপৰনকুন্দ্ৰমত কাৰ্তিগাই দীপম প্ৰজ্বলনৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ, পাহাৰৰ সুৰক্ষাত চিআৰপিএফ মোতায়েন

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

তামিলনাডুৰ তিৰুপৰনকুন্দ্ৰম পাহাৰত কাৰ্তিগাই দীপম প্ৰজ্বলনৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

২ / ৫

মাদুৰাই: তামিলনাডুৰ মাদুৰাইস্থিত ঐতিহাসিক তিৰুপৰনকুন্দ্ৰম পাহাৰৰ দীপথুন শিলাস্তম্ভত পৰম্পৰাগত কাৰ্তিগাই দীপম প্ৰজ্বলনৰ অনুমতি প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

৩ / ৫

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি তিৰুপৰনকুন্দ্ৰম পাহাৰৰ শীৰ্ষত থকা দীপথুন শিলাস্তম্ভত পৰম্পৰাগত বন্তি প্ৰজ্বলনৰ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।

৪ / ৫

আনহাতে, পাহাৰখনত আইন-শৃংখলা অটুট ৰাখিবলৈ চিআৰপিএফ বাহিনী মোতায়েন কৰা হৈছে।

৫ / ৫

মাদুৰাই বিমানবন্দৰত উপস্থিত হৈ ন্যায়াধীশ এছ ৱৈদ্যনাথনে সাংবাদিকৰ আগত কয়, "আমি আদালতৰ নিৰ্দেশনাৰ প্ৰতিলিপি নিয়াৰিকৈ পৰীক্ষা কৰিম আৰু সেই অনুসৰিয়েই ব্যৱস্থা গ্ৰহণ কৰিম।

তিৰুপৰনকুন্দ্ৰমত কাৰ্তিগাই দীপম প্ৰজ্বলনৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ, পাহাৰৰ সুৰক্ষাত চিআৰপিএফ মোতায়েন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক