অসম

ভূপেন হাজৰিকা অনুপ্ৰেৰণা আৰু জুবিন গাৰ্গ শক্তিৰ উৎস: হিমন্ত বিশ্ব শৰ্মা

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সংগীত সাধনাৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মতামত ব্যক্ত কৰে।

২ / ৫

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিংবদন্তি সংগীতশিল্পী ড° ভূপেন হাজৰিকা আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সমাজ তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানক উচ্চ প্ৰশংসা কৰিছে।

৩ / ৫

মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ড০ ভূপেন হাজৰিকা অসমৰ সন্তান হ’লেও তেওঁৰ চিন্তা, দৰ্শন আৰু শিল্পসাধনা সমগ্ৰ মানৱজাতিৰ সৈতে সম্পৃক্ত আছিল।

৪ / ৫

তেওঁ লগতে জনায় যে হাজৰিকাৰ প্ৰতিটো গীতৰে এক নিৰ্দিষ্ট পটভূমি আৰু উদ্দেশ্য আছিল।

৫ / ৫

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে শিল্পীসকলৰ পৰিচিতি মূলতঃ অসমৰ ভিতৰতে সীমাবদ্ধ হৈ ৰৈছিল যদিও ভূপেন হাজৰিকাই সেই সীমা অতিক্ৰম কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ভূপেন হাজৰিকা অনুপ্ৰেৰণা আৰু জুবিন গাৰ্গ শক্তিৰ উৎস: হিমন্ত বিশ্ব শৰ্মা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক