মাহে ১.২৪ লাখ টকাৰ মূল দৰমহা!
ভাৰতৰ সংসদত জনসাধাৰণক প্ৰতিনিধিত্ব কৰা এজন সাংসদ (Member of Parliament বা MP) কেৱল মাহিলি দৰমহাই লাভ নকৰে।
২০২৫ চনৰ মাৰ্চ মাহত প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি, এজন সাংসদৰ মাহিলি মূল দৰমহা ১ লাখ টকাৰ পৰা বৃদ্ধি কৰি ১ লাখ ২৪ হাজাৰ টকা কৰা হৈছে।
মাহিলি দৰমহা আৰু নিৰ্ধাৰিত ভাট্টাৰ মুঠ পৰিমাণ
মন কৰিবলগীয়া কথা: এইটো মুঠ হিচাপ।
newznow.in