দেশ

সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক ডিএমকেৰ সমৰ্থন: ষ্টেলিনক তীব্ৰ কটাক্ষ বিজয়ৰ দল টিভিকেৰ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

কেন্দ্ৰৰ সংশোধিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰস্তাৱক ডিএমকেয়ে সমৰ্থন জনোৱাৰ পাছতে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক তীব্ৰ সমালোচনা কৰে বিজয়ৰ দল টিভিকেয়ে।

২ / ৫

চেন্নাই: কেন্দ্ৰৰ সংশোধিত Delimitation প্ৰস্তাৱক সমৰ্থন কৰাৰ সিদ্ধান্তক লৈ তামিলনাডুৰ ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা হৈছে।

৩ / ৫

TVKৰ IT শাখাই ছ’চিয়েল মিডিয়াত ষ্টেলিনৰ এখন বিকৃত ছবি প্ৰকাশ কৰে, য’ত তেওঁক RSSৰ পোছাক পৰিধান কৰা অৱস্থাত দেখুওৱা হৈছে।

৪ / ৫

এই ৰাজনৈতিক আক্ৰমণৰ মূল কাৰণ হৈছে Delimitation সন্দৰ্ভত DMKৰ শেহতীয়া স্থিতি।

৫ / ৫

DMKৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই সিদ্ধান্তক তামিলনাডুৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ সফলতা বুলি অভিহিত কৰিছে।

সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক ডিএমকেৰ সমৰ্থন: ষ্টেলিনক তীব্ৰ কটাক্ষ বিজয়ৰ দল টিভিকেৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক