অসম

গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত নদী আৰক্ষীয়ে উদ্ধাৰ কৰে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ।

২ / ৫

গুৱাহাটী, ২৮ নৱেম্বৰ: গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত উদ্ধাৰ হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ।

৩ / ৫

উদ্ধাৰ হোৱা ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

৪ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, নদী আৰক্ষীৰ লোকে শনিবাৰে পুৱা লাচিত ঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে উদ্ধাৰ অভিযান চলায়।

৫ / ৫

মৃতদেহ উদ্ধাৰৰ পাছতে নদী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক