মনোৰঞ্জন

বিশ্বৰ প্ৰথমগৰাকী ক্ৰিয়েটৰ হিচাপে ১০ লাখ পেইড ছাবস্ক্ৰাইবাৰ লাভ ভাৰতীয় কমেডিয়ান সময় ৰাইনাৰ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

বিশ্বৰ প্ৰথমগৰাকী ইউটিউব ক্ৰিয়েটৰ হিচাপে ১০ লাখ পেইড চেনেল মেম্বাৰৰ সীমা অতিক্ৰম কৰি নতুন অভিলেখ গঢ়িলে সময় ৰাইনাই।

২ / ৫

নতুন দিল্লী, ২৮ নৱেম্বৰ: ইউটিউবত এক নতুন বিশ্ব অভিলেখ গঢ়িছে ভাৰতীয় কমেডিয়ান সময় ৰাইনাই।

৩ / ৫

এই নতুন অভিলেখ বিনামূলীয়া ছাবস্ক্ৰাইবাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি হোৱা নাই।

৪ / ৫

ইউটিউব চেনেল মেম্বাৰশ্বিপৰ জৰিয়তে অনুৰাগীসকলে মাহিলি মাচুল দি নিজৰ প্ৰিয় ক্ৰিয়েটৰক আৰ্থিকভাৱে সমৰ্থন জনাব পাৰে।

৫ / ৫

উল্লেখ্য যে ২০২৫ চনৰ ফেব্ৰুৱাৰীত ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ অনুষ্ঠানটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত সময় ৰাইনা প্ৰায় এবছৰ ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আছিল।

বিশ্বৰ প্ৰথমগৰাকী ক্ৰিয়েটৰ হিচাপে ১০ লাখ পেইড ছাবস্ক্ৰাইবাৰ লাভ ভাৰতীয় কমেডিয়ান সময় ৰাইনাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক