অসম

মৰাণ-মটক জনগোষ্ঠীৰ ভূমি অধিকাৰক লৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক, দাবীসমূহ সমাধানৰ ওপৰত গুৰুত্ব

NewzNow · ২৮ অক্টোবৰ ২০২৬

১ / ৫

ডিব্ৰুগড়ত মৰাণ আৰু মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

২ / ৫

ডিব্ৰুগড়, ২৮ অক্টোবৰঃ অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ ভূমি অধিকাৰকে ধৰি বিভিন্ন সমস্যা আৰু দাবী সন্দৰ্ভত ডিব্ৰুগড়ত জনগোষ্ঠী দুটাৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী…

৩ / ৫

অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমি, পৰিচয় আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ প্ৰশ্ন বহুদিন ধৰি চৰ্চাত আছে।

৪ / ৫

মৰাণ আৰু মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনে নিজৰ জনগোষ্ঠীৰ অধিকাৰ, ভূমি সুৰক্ষা আৰু সাংবিধানিক স্বীকৃতিৰ প্ৰশ্নত দীৰ্ঘদিন ধৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

৫ / ৫

ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত জনগোষ্ঠী দুটাৰ সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰে।

মৰাণ-মটক জনগোষ্ঠীৰ ভূমি অধিকাৰক লৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক, দাবীসমূহ সমাধানৰ ওপৰত গুৰুত্ব

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক