মনোৰঞ্জন

হাতত বন্দুক, মুখত গোলাপ: ‘কিং’ৰ পোষ্টাৰক লৈ নকলৰ বিতৰ্ক

NewzNow · ২৮ অক্টোবৰ ২০২৬

১ / ৫

শ্বাহৰুখ খানৰ ‘কিং’ ছবিৰ নতুন পোষ্টাৰক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্ক।

২ / ৫

মুম্বাই, ২৮ অক্টোবৰঃ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক একচন ছবি ‘কিং’ৰ নতুন পোষ্টাৰক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছে।

৩ / ৫

‘কিং’ৰ নতুন পোষ্টাৰখনত শ্বাহৰুখ খানক পকা চুলি, দাড়ি আৰু পুৰণি যেন লগা চামৰাৰ জেকেট পৰিহিত এক কঠোৰ ৰূপত দেখা গৈছে।

৪ / ৫

এই জুইৰ পটভূমি, ৰঙৰ ব্যৱহাৰ, দৃশ্যৰ বিন্যাস আৰু সামগ্ৰিক উপস্থাপনৰ বাবেই একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পোষ্টাৰখনৰ সৈতে ‘ধুৰন্ধৰ ২’ৰ পোষ্টাৰৰ তুলনা কৰিছে।

৫ / ৫

পোষ্টাৰখন প্ৰকাশ পোৱাৰ পিছতে একাংশ ব্যৱহাৰকাৰীয়ে ইয়াৰ মৌলিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

হাতত বন্দুক, মুখত গোলাপ: ‘কিং’ৰ পোষ্টাৰক লৈ নকলৰ বিতৰ্ক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক