দেশ

সোণৰ মূল্য হ্ৰাসৰ প্ৰভাৱ: দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ১৬ সপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

সোণৰ মূল্য হ্ৰাসৰ ফলত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ৪.৪৪ বিলিয়ন ডলাৰ হ্ৰাস পাই ৭০০.৯০ বিলিয়ন ডলাৰলৈ নামিল।

২ / ৫

সোণৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত দেখা দিয়া মূল্য হ্ৰাসৰ তীব্ৰ প্ৰভাৱ দেশৰ অৰ্থনীতিত পৰিছে।

৩ / ৫

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা পৰিসংখ্যাত উল্লেখ কৰা অনুসৰি, সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ ভঁৰালৰ চাৰিওটা উপাদানেই হ্ৰাস পাইছে।

৪ / ৫

বৈদেশিক মুদ্ৰা ভঁৰালৰ আটাইতকৈ ডাঙৰ অংশ অৰ্থাৎ বিদেশী মুদ্ৰা পৰিসম্পদ (এফচিএ) ২৬৬ নিযুত ডলাৰ হ্ৰাস পাই ৫৮৩.১৮৬ বিলিয়ন ডলাৰ হৈছে।

৫ / ৫

ডুবাইস্থিত বিত্তীয় প্ৰতিষ্ঠান টিকমিলৰ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলৰ গৱেষণা প্ৰধান ৰানিম তুৰ্ফাই সদৰী কৰে যে সোণ আৰু ৰূপৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ গতিবিধি অনুসৰিয়েই পৰিৱৰ্তিত…

সোণৰ মূল্য হ্ৰাসৰ প্ৰভাৱ: দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ১৬ সপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক