ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ: বাজপেয়ী চৰকাৰে নতুন লোকপিয়ললৈ বাট চাইছিল, মোদী চৰকাৰে ২০১১ৰ তথ্যৰেই কৰিব সমষ্টি পুনৰ্নিৰ্ধাৰণ

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

বাজপেয়ী চৰকাৰে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বাবে নতুন লোকপিয়লৰ তথ্যলৈ অপেক্ষা কৰিছিল যদিও বৰ্তমান ২০১১ চনৰ পুৰণি তথ্যৰ ভিত্তিত কাম আগবঢ়োৱাৰ প্ৰস্তুতি চলিছে।

২ / ৫

নতুন দিল্লী, ২৯ নৱেম্বৰঃ ভাৰতৰ নিৰ্বাচনী মানচিত্ৰ পুনৰ নিৰ্ধাৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া পদক্ষেপে পুনৰ চৰ্চালৈ আনিছে পূৰ্বৰ NDA চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

৩ / ৫

২০০১ চনৰ আগষ্টত তদানীন্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অৰুণ জেটলীয়ে সংসদত সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছিল।

৪ / ৫

সেই সময়ত চৰকাৰে আন এটা সমস্যাও চিনাক্ত কৰিছিল।

৫ / ৫

ইয়াৰ ভিত্তিত ২০০১ চনৰ ৮৪সংখ্যক সংবিধান সংশোধনী আইন গৃহীত হয়।

সমষ্টি পুনৰ্নিৰ্ধাৰণ: বাজপেয়ী চৰকাৰে নতুন লোকপিয়ললৈ বাট চাইছিল, মোদী চৰকাৰে ২০১১ৰ তথ্যৰেই কৰিব সমষ্টি পুনৰ্নিৰ্ধাৰণ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক