অসম

চাকৰিৰ প্ৰলোভনেৰে ডিমাকুছিৰ ব্যৱসায়ীৰ পৰা ৫২ হাজাৰ টকা লুট

NewzNow · ২৮ অক্টোবৰ ২০২৬

১ / ৫

ডিমাকুছিৰ ব্যৱসায়ী শুক্ৰাম বড়োৰ পৰা চাকৰিৰ প্ৰলোভনেৰে প্ৰায় ৫২ হাজাৰ টকা লোৱাৰ অভিযোগ।

২ / ৫

ভেৰগাঁও, ২৮ অক্টোবৰঃ চাকৰি দিয়াৰ প্ৰলোভনেৰে ভেৰগাঁৱৰ ডিমাকুছিৰ এগৰাকী ব্যৱসায়ীৰ পৰা প্ৰায় ৫২ হাজাৰ টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছে।

৩ / ৫

অভিযোগ অনুসৰি, অভিযুক্ত মহিলাগৰাকীয়ে নিজকে জৱাহৰ নৱোদয় বিদ্যালয়ৰ এগৰাকী উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিছিল।

৪ / ৫

শুক্ৰাম বড়ো বৰঙাজুলি সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আৰু সত্ৰখনৰ এগৰাকী একনিষ্ঠ সেৱক।

৫ / ৫

পৰৱৰ্তী সময়ত চাকৰিৰ নিযুক্তি পত্ৰ প্ৰস্তুত কৰা আৰু আন আন আনুষ্ঠানিক কামৰ খৰচৰ নামত মহিলাগৰাকীয়ে ধন বিচাৰিবলৈ আৰম্ভ কৰে।

চাকৰিৰ প্ৰলোভনেৰে ডিমাকুছিৰ ব্যৱসায়ীৰ পৰা ৫২ হাজাৰ টকা লুট

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক