অসম

কোভিড প্ৰতিষেধক আৰু চৰকাৰী হেঁচা সম্পৰ্কীয় মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যত এলন মাস্কৰ সমৰ্থন

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

কোভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কীয় পোষ্ট আঁতৰাবলৈ আমেৰিকা চৰকাৰে হেঁচা দিয়া বুলি জুকাৰবাৰ্গে কৰা অভিযোগত সহমত প্ৰকাশ কৰিলে এলন মাস্কে।

২ / ৫

কোভিড-১৯ৰ প্ৰতিষেধকৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া আৰু সামাজিক মাধ্যমত চৰকাৰী হেঁচা প্ৰয়োগৰ বিষয়টোক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে।

৩ / ৫

জুকাৰবাৰ্গে পূৰ্বে এটা সাক্ষাৎকাৰত কোভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া আৰু বিষয়বস্তু নিয়ন্ত্ৰণৰ প্ৰসংগ উত্থাপন কৰিছিল।

৪ / ৫

জুকাৰবাৰ্গৰ এই বক্তব্য সম্বলিত এটা পুৰণি ভিডিঅ’ এক্সত প্ৰকাশ পোৱাৰ পাছতে এলন মাস্কে তাত ‘Yep’ অৰ্থাৎ ‘হয়’ বুলি মন্তব্য কৰি সহমত প্ৰকাশ কৰে।

৫ / ৫

জুকাৰবাৰ্গৰ দাবী আছিল যে কোভিড মহামাৰীৰ সময়ছোৱাত আমেৰিকা চৰকাৰৰ বিষয়াসকলে টিকাকৰণ আৰু মহামাৰী সম্পৰ্কীয় কেতবোৰ বিষয়বস্তুৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ প্ৰতিষ্ঠানটোৰ ওপৰত চাপ সৃষ্টি কৰিছিল।

কোভিড প্ৰতিষেধক আৰু চৰকাৰী হেঁচা সম্পৰ্কীয় মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যত এলন মাস্কৰ সমৰ্থন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক