দীপাৱলীৰ পূৰ্বে Sensex ১,৮৩৮ পইণ্ট আৰু Nifty ৫০ ৫২৫ পইণ্ট বৃদ্ধি পোৱাত বিনিয়োগকাৰীৰ সম্পত্তি ৭.৩ লাখ কোটি টকাৰো অধিক বৃদ্ধি পায়।
নতুন দিল্লী, ৫ নৱেম্বৰঃ দীপাৱলীৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গ’ল বৃহৎ উত্থান।
বৃহস্পতিবাৰে একেৰাহে ষষ্ঠটো ব্যৱসায়িক দিনৰ বাবে ঊৰ্ধ্বমুখী ধাৰা অব্যাহত ৰাখে শ্বেয়াৰ বজাৰে।
খাৰুৱা তেলৰ মূল্য ৯৫ ডলাৰৰ তললৈ
বজাৰৰ উত্থানৰ অন্যতম কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস।
newznow.in