উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰৰ উখৰুলত নগা সংগঠনৰ বিশাল প্ৰতিবাদ, অসম ৰাইফলছ প্ৰত্যাহাৰ আৰু ৰাজনৈতিক সমাধানৰ দাবী

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

মণিপুৰৰ উখৰুলত নগা সংগঠনসমূহে বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

২ / ৫

উখৰুল, ৫ নৱেম্বৰঃ মণিপুৰৰ ৰাজনৈতিক সংকটৰ স্থায়ী সমাধান আৰু নগা অধ্যুষিত অঞ্চলৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰৰ দাবীত বৃহস্পতিবাৰে উখৰুল জিলাত বিশাল প্ৰতিবাদী সমদল উলিয়ায় বিভিন্ন নগা সংগঠনে।

৩ / ৫

United Naga Council (UNC)-ৰ অধীনত Tangkhul Naga Long (TNL) আৰু Tangkhul Frontal Organisation-এ এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰে।

৪ / ৫

প্ৰতিবাদৰ ফলত জিলাখনৰ স্বাভাৱিক জনজীৱন ব্যাহত হয়।

৫ / ৫

প্ৰতিবাদকাৰীসকলৰ দাবীৰ ভিতৰত আছিল নগা অধ্যুষিত অঞ্চলৰ পৰা অসম ৰাইফলছ প্ৰত্যাহাৰ, কুকি উগ্ৰপন্থীক অস্ত্ৰ যোগান বন্ধ, Suspension of Operations (SoO) চুক্তি বাতিল আৰু কুকি উগ্ৰপন্থী সংগঠনসমূহক…

মণিপুৰৰ উখৰুলত নগা সংগঠনৰ বিশাল প্ৰতিবাদ, অসম ৰাইফলছ প্ৰত্যাহাৰ আৰু ৰাজনৈতিক সমাধানৰ দাবী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক