আন্তঃৰাষ্ট্ৰীয়

পাক-অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটত ড্ৰ’ন আক্ৰমণ আৰু গুলীচালনাৰ অভিযোগ, ৩জন নিহত, ১৮জন আহত

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

পাক-অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটত ড্ৰ’ন আক্ৰমণ আৰু গুলীচালনাৰ অভিযোগ।

২ / ৫

নতুন দিল্লী, ৫ নৱেম্বৰঃ পাক-অধিকৃত জম্মু-কাশ্মীৰৰ ৰাৱালাকোটত বৃহস্পতিবাৰে পাকিস্তান সেনাৰ বিৰুদ্ধে ড্ৰ’ন আক্ৰমণ আৰু গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে।

৩ / ৫

বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাৰ পৰা অঞ্চলটোত গুলীচালনা চলি আছে।

৪ / ৫

সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ত কেইবাটাও ঘৰত জুই জ্বলি থকা দেখা গৈছে।

৫ / ৫

ঘটনাৰ পাছত ৰাৱালাকোটত চৰকাৰী মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

পাক-অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটত ড্ৰ’ন আক্ৰমণ আৰু গুলীচালনাৰ অভিযোগ, ৩জন নিহত, ১৮জন আহত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক