জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তৃতীয় দিনৰ সাক্ষ্যদানৰ পিছতে পাৰ্থ গোস্বামীয়ে অমৃতপ্ৰভাৰ মুক্তিৰ পিছৰ আচৰণ আৰু গাড়ী চলোৱাৰ ধৰণক লৈ প্ৰশ্ন উত্থাপন কৰে।
গুৱাহাটী, ২৯ অক্টোবৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষ্যদানৰ পিছতে অমৃতপ্ৰভাক লৈ প্ৰশ্ন উত্থাপন কৰিছে পাৰ্থ গোস্বামীয়ে।
পাৰ্থ গোস্বামীয়ে অমৃতপ্ৰভাৰ জে’লৰ পৰা মুক্তিৰ পিছৰ আচৰণক দক্ষিণ ভাৰতীয় চিনেমাৰ মাফিয়া চৰিত্ৰৰ সৈতে তুলনা কৰে।
সাক্ষ্যদানৰ পিছত পাৰ্থ গোস্বামীয়ে অমৃতপ্ৰভাৰ মুক্তিৰ পিছৰ আচৰণ আৰু ব্যৱহৃত বাহনৰ মালিকক লৈও প্ৰশ্ন উত্থাপন কৰে।
জে’লৰ পৰা ওলাই অমৃতপ্ৰভাই মাফিয়াৰ দৰে গাড়ী চলোৱা বুলি মন্তব্য কৰি তেওঁ বিষয়টোক লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে।
newznow.in